মোৰ মনৰ হেপাহ
✍🏻✍🏻✍🏻মোৰ মনৰ হেপাহ✍🏻
চকু ভৰি হেপাহ আছে তোমাক,,,
চাবলৈ মন ভৰি কথা আছে তোমাক কবলৈ অন্তৰ ভৰি মৰম
আছে তোমাক দিবলৈ নেজানো,
এই আশাৰ শেষ সীমা ক,ত???
তথাপি নেজানো আধৰোবা হৈ ?
ৰৈ যাব নেকি মোৰ এই হেপাহ...
কিছুমান কথা কোৱাৰ?
আগতে সময় শেষ হৈ যায়
কিছুমান সপোন দেখাৰ?
আগতে টোপনি ভাঙি.,,,,
যায় ,,,,,,,,,,,............???
কিছুমান মানুহ আপোন..
হোৱাৰ আগতে বহুত ??
দুৰ হৈ যায়????
😟😟😟😟😟😫
Comments
Post a Comment