ৰাখিম হেপাঁহেৰে তোমাক

: ✍ৰাখিম হেপাঁহেৰে তোমাক✍
      ✍ধনটি শইকীয়া

তুমি আহিবা
    মনৰ পদুলীলে
ৰাখিছো নঙলা মাৰি,
তাতেই তুমি বুকুৰ
    ঘন্টা বজাবা
চাম হেপাঁহেৰে আহি।

সিদিনা কৈছিলা
  তুমিয়েই দেখোন
আছে বহুত মৰম
তোমালৈ হৃদয় ভৰি,

আজিনো কিয় নাহিলা
তুমি,,আছো পদুলীলে চাই,,আকোলতাৰে তুমি আহিবা বুলি।

মৰম মৰম লগা সময়
যেন লাজেৰে ভৰা
তুমি যে আহিলা জোনাকৰ সন্ধ্যা
আছে বুকুৰ আচল পৰা।

বুকুৰ আচলত থ'ম
মেৰিয়াই,অতি সযতনে জানা ,পাবলৈ নিদিম হিম চেঁচা বতাহ আৰু শীতোষ্ণতা।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন