গভিৰ প্ৰেমৰ হেৰাই যোৱা বিষাদ বোৰ

গভিৰ প্ৰেমৰ হেৰাই যোৱা বিষাদ বোৰ
……………………………………………
তুমি মোক জনম জনমলৈ তুমাৰ লগত ৰাখিবানে ? নিলয়…।
………………
মই তোমাৰ পৰা দূৰলৈ অাতৰি অাহিলো।
সৌ অাকাশ খনলৈ চোৱা।সৰু সৰু তৰা
বোৰে হাত বাউল দি মাতি অাছে মোক।
মই তৰাৰ দেশৰ পৰা তোমাৰ মৰম
লগা মুখখনি চাই ৰম।
……………………
মতন পৰেনে
তোমাৰ! অামি যে সপোন দেখিছিলো
এখনি সুখৰ সংসাৰ ।
অামাৰ এটি সন্তান জন্ম হব।মই
কৈছিলো তোমাৰ দৰেই অামাৰ ।
কণমানিটো হ'ব।সৰু সৰু,চকু,হাঁহিৰে
ভৰা মুখ কিমান যে কথা পাতিছিলোঁ।
কিন্তু এই সপোন বোৰ সপোন হৈয়েই
ৰল।মোক ক্ষমা কৰিবা নিলয়…।
মই নোৱাৰিলো অামাৰ সপোনবোৰ
বাস্তৱ কৰিবলৈ অ'…………?
………………………
এই পাগলি কিয় কান্দিছ?
মই অাহিম অাকৌ তোমাৰ বুকুৰ মাজলৈ ।
মই বাৰে বাৰে ভগৱানক কৈছো।
মোক অহা জনমত তোমাৰ নিলয়…।
কৰি জন্ম দিবলৈ।
ভগৱানে কিয় এনেকুৱা কৰিলে ?
তুমি অাৰু মই জনম জনমলৈ দুহাতত
দুহাত থৈ দেখা সপোনবোৰ পলকতে
ভাঙি দিলে ।পিচ ফালৰ পৰা বৰ
বেয়াকৈ খুন্দা দি গল গাড়ী খনে।
সকলো বোৰ শেষ হৈ গল।উহ।
উশাটো বৰ কঠিন হৈছে চোন।
মোক সাবতি লোৱা নিলয়…প্লিজ'
মাথো এবাৰ সাবতি ।লোৱা
…………………
অ' তুমি ভাল কৈ
থাকিবা মোৰ সপোন সপোন হৈয়েই ৰল
।কিন্তু তুমি সপোন বোৰ পাহৰি নাজাবা
মই সদায় তোমাত অাষত অাছো
মনত পৰিলে এবাৰ
অাকাশলৈ ছাবা অাৰু দুচকু মুদি দিবা,
তেতিয়াই তোমাৰ বুকুৰ মাজত মোক পাবা।
অাকাশ খন কলিয়া ডাৱৰে অাৱৰি ধৰিেছ
হয়টো এয়াই ধুমুহাৰ বাতৰি।অাকাশত সৰু সৰু তৰা বোৰ হেৰাই গৈছে।
……………
ৰব কৈ মনত পৰিছে তোমাক নিলয়…
মোক এৰি কিয় গলা ইমান দূৰলৈ।
নিলয় মই তোমাৰ বাবে ৰৈ অাছো।
অাহিবা অাজি সপোনত দুয়োৰে সপোন বোৰ সপোনতে পূৰণ
কৰিম নিলয়……
নিলয়……I love you.…
I miss you……নিলয়।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন