মৰমনদীৰ দুটি পাৰ
মৰমনদীৰ দুটি পাৰ
"""""""""""""""""""
""
""
চিনাকী হৈ যে আজি অচিনাকী আমি …
আঁতৰি আহিছো আমি
দুয়ো দুয়োৰে পৰা …
দুখৰ অবুজ বানত খহি গল
মৰম নদীৰ দুটি পাৰ …
কেনেকৈ বান্ধিম বাৰু
সেই নদীৰ পাৰ …
যি নদীৰ সঁচা মৰমৰ
কোনো আদৰ নাই …
আদৰ নাই সঁচা হৃদয়ৰ আৱেগ অনুভূতিৰ …
আছে মাথো ধনৰ তুলাচনিত জোখা মিছা মৰমৰ বিলাসী সপোনৰ আধুনিকতা …
""
""
______ সপোন নিবিড় জোনাক
Comments
Post a Comment