ব্যস্ততা
✍🏻✍🏻✍🏻ব্যস্ততা✍🏻✍🏻✍🏻
সেই দিনবোৰত ??
মই বাৰে বাৰো ফোন কৰি আছিলো , তুমি ব্যস্ত আছোঁ বুলি
কৈছিলা ?
হব ময় আমনি কৰা বাবে চৰী??
বুলি ময় কৈছিলো ,তাৰ পিছত?
তেওঁ অলপ সময়ৰ বাবে ফুনটো ,,,,,,,,
অফ কৰি খৈছিল ??নাজানো তোমাৰ অভিমানে সুতি সলাইছিল নে ,...
তোমাৰ ব্যস্ততাই খিনি বাঢি ...?
গৈছিল ............................?
অ এটা কথা সচাঁ ,যে মই ,,,,,,
তোমাৰ পৰা কিছু দুৰৈত আহি ?
তুমি আৰু ময় দেখা সপোনবোৰ
কাষ চাপিছিলো তাতে তুমি ভূল,
বুজিলা,,,,,,,,,,,,,,,,,,,,,,,,,,,,.?
অভিমানবোৰ গোপনে সাচি ...?
ব্যস্ততাৰ অজুহাত এটি লৈ ,,,?
মোৰ পৰা আতৰি গলা...........?
চিৰদিনলৈ,..........????
আজিউ ময় ৰৈ আচো.আহিবানে
মোৰ জিৱনলৈ??
Comments
Post a Comment