ব্যাকুল মাথো মন

✍ব্যাকুল মাথো মন✍
   
      🖊ধনটি শইকীয়া

কিয় নাজানো ,,,
         ভৱা দৰে সকলো
কথা ,,কিয় নহয়নো?

কেতিয়াবা বৰ বেয়া লাগে জানা
তুমি কৈছিলা যে বোকাত হে পদুম ফুলে তাৰ জানো
     আদৰ ক'ম।
সৌন্দৰ্য্য থাকিলে জানো হ'ব তাৰ যদি আদৰেই নাই,,,
তুমিও জানা ছাগৈ সন্ধ্যাহে তৰাই মিছিকিয়ায়।
      সেই সৌন্দৰ্য্যতাই ব্যাকুল কৰে মন
কোনেনো ধৰিলেহি কুঁৱলীৰ আচল খন,
চকামকা আন্ধাৰত
আকাশৰ তৰাবোৰ
হঠাতেই হেৰাই গ'ল।

তুমি য়েই কৈছিলা
কাঁইটতহে গোলাপ ফুলে
সেই,গোলাপৰ সুৱাসে
মুখৰিত কৰে মন।
   তথাপিও
হেপাঁহৰ পথাৰ খন
পৰিব নিদিবা ছন।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন