সেই সময়বোৰ
সেই সময়বোৰ
""""''"''''"'''''''"'
""""
""""
আজি মোৰ মনত পৰিছে
সেই অতীতৰ দিনবোৰৰ কথা ……
মনত পৰিছে সেই সময়বোৰৰ কথা …
তুমি যে মোৰ কাষত আছিলা …
""
""
আজি এই সময়বোৰ
মোৰ বাবে যেন সাঁথৰ …
যি মই বুজিব নোৱাৰো
আৰু যেন বুজিব নিবিচাৰো …
""
""
যদি পাৰিলো হয় মই
ঘূৰাই আনিব সেই সময়বোৰ …
অজানিতে যেন এচাতি স্মৃতিৰ বতাহে মোক চুই যাব …
আৰু সোঁৱৰাই দিব
তুমি তুমি লগা এটি মিঠা ৰাগী …
""
""
আজি যেন সকলোবোৰ
এটি মাথো কাহিনী হ'ল …
মই হেৰুৱাইছো মোক
নিজৰ পৰা …
মোৰ দুচকুৰ আগত …
""
""
_____ সপোন নিবিড় জোনাক ! !
Comments
Post a Comment