""""সপোন""""

""""সপোন""""
#তই_যে_কৈছিলি_পিতাই
#"আইজনী" #তই_ডাঙৰ_হৈ
#যেতিয়া_চাকৰী_কৰিবি
#তেতিয়া_মোৰ_দুখবোৰ
#অলপ_পাতল_হব,
#মোৰ_আওপুৰণি_বেমাৰটোৰো
#ভাল_চিকিৎসা_হ'ব।
#ভায়েৰে_ভাল_দৰে_পঢ়া
#শুনা_কৰি_ডাঙৰ
#মানুহ_হ'ব...........!
#নোৱাৰিলো_অ' #পিতাই
#তোৰ_আশা_পূৰাব,
#টকাই_যেন_আজি
#এই_পৃথিৱীৰ_সকলো
#বস্তুকে_কিনি_পেলাইছে ।
#আনকি_জ্ঞানকো_টকাই
#গ্ৰাস_কৰিছে,
#আজি_আমাৰ_দৰে_ভিকহুবোৰৰ
#কাৰণে_চাকৰি_নাথাকে_অ' #পিতাই।
#কাৰণ_আমি_টকাৰ_পূজাৰী_নহয়,
#চাকৰি_বিচাৰি_গ'লে #সিহঁতে
#কি_কয়_গ'ম #পাৱ।
#"ভণ্টি #আগত_টকা_দিয়া
#তাৰ_পৰা_চাকৰি_লৈ_যোৱা "
#এইয়াই_আজিৰ_দেশৰ_পৰিস্হিতি
#অ' #পিতাই.......
_স্বাৰ্থালোভী_দালালে_যেন
_জ্ঞানৰ_মূল্যই_নাইকিয়া_কৰিছে,
_সেইহে_পিতাই_তহঁতি_আমাক_লৈ_দেখা
_সপোনবোৰ_বাস্তৱ_কৰিবলৈ
_আমাৰ_ক্ষমতা_নাই
_অ'_পিতাই,
_দুখীয়াৰ_কাৰণে_আজি
_চাকৰি_অভাৱ_অ'_পিতাই ।
_আমি_মাথোঁ_সমাজৰ_আৰ্বজনা.....!
_কাৰণ_আমি_যে_নিৱনুৱা.....!
💐💐💐💐💐💐💐💐
✍পাপন বলিয়া মই 🎤

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…