মৃত্যু

মৃত্যু
"""""
"
"
মৃত্যুয়ে আজি মোক হাতবাউল দি মাতিছে । ।
মোৰ মৃত্যু হব
আজি বা কালি
জীৱনৰ সময়বোৰ যে শেষ হৈ আহিছে
উশাহবোৰ অভিমানি হৈ পৰিছে হেৰাই যোৱা ভয়ত । ।
আঘাতপ্ৰাত্ব হৃদয়ৰ কৰুণ বিননি
আশাভৰা জীৱন হঠাৎ গল মৰহি ।।
মৃত্যু আহি এতিয়া মোৰ দুৱাৰদলিত
অপেক্ষা মাথো জীৱনৰ শেষ উশাহৰ বাবে । ।
"
"
__________ সপোন  নিবিড় জোনাক

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন