হিয়াই কান্দিছে আজি

👸 হিয়াই কান্দিছে আজি 😩
☘🍀🍀🍀🍀🍀🍀🍀🍀
বৰকৈ মনত পৰিছে তোমালৈ
কিয় আজি আকস্মিক ভাৱে কৰিছা আহ্বান ...
তোমাৰ ঘৰলৈ আতিথিৰ ভাৱত
নাজানো তোমাৰ অভাৱ আভিযোগ    ?
এতিয়াও আছে জানু তোমাৰ
সুলভ মনোভাৱ  মৰম স্নেহৰ...
আছে মাথো বিষাদতা
ভগ্ন হৈ যোৱা মৰম স্নেহৰ টুকুৰাবোৰ   !!

যিদিনা এৰি গলা নিদাৰুণ ভাৱে
হৃদয় ভেদিযোৱা মৰ্ম্মাহত মুহূৰ্ত
উভটি আহিলো বিষাদ হৃদয়ে ?
আজিও ৰাখিছো জীয়াই
ভগ্ন হৃদয়ৰ মাজত অতি সচেতনে
ভাৱনা সাগৰত মাথো তোমাকে চাও.....!!!
পাম জানো ঘুৰাই তোমাক
জীৱনৰ অন্ধকাৰৰ মাজত
হৃদয় পূৰ্ণ কৰিবা জানো তুমি ?
নাজানো এতিয়া তোমাক কেনেকৈ
সজাম হিয়াৰ মাজত !
নাজানো তোমাক কেনেকৈ মাতিম
দিবা জানো আজি সেই
মৰমৰ মৌ বৰষা মাত
থাকিব জানো কোমল কন্ঠশ্বৰ তাত
এতিয়া বিৰহ বেদনাৰে ভৰা হিয়া
আশাৰ সপোন বোৰ মৰহি গল
  হৃদয় মৰুভূমিত পৰিণত হল
নাকান্দিবা আৰু তুমি সেই হিয়াৰ বাবে.................💔
জীৱনৰ শেষ সময়লৈকে
থাকিবা মাথো হৃদয়ৰ বন্ধ কোঠাত 🔒🔒🔒🔒🔒🔒🔒🔒🔒🔒
✍�✍� শ্ৰীমন্ত 👉�👉�🙆

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…