ওলট-পালট
😩ওলট-পালট😩
ককা-আইটা দুয়ো মিলি
স্কুললৈ যায়।
দাদা-বাইদেউ দুয়ো মিলি
তামোল খুন্দি খায়।।
মানুহ বোৰে পাখি মেলি
আকাশলৈ যায়।
তাকে দেখি চৰাই বোৰে
ৰংমনে চাই।।
আজি কালি ছোৱালী বোৰে
ল'ৰা বোৰক জুকাই।
তাকে দেখি ল'ৰা বোৰে
মুখ বেকাই যায়।।
আজি কালি ছোৱালী বোৰে
ডেকা-বুঢ়া নাচাই।
টকা অলপ দেখা পালেই
দৌৰ মাৰি যায়।।
😀😀😁😁😩😩😛😛😜😜
✒✒হিতাংগ
Comments
Post a Comment