চুমা

✍✍✍✍✍✍

চুমা

..................

চুমা দিবলৈ
মন যায়
তোমাৰ ৰঙা
পৰা দুগালত !

জীৱনৰ বাটত
প্ৰতিতু পলত
জীৰাম তোমাৰ
বুকুৰ মাজত !

ভাল পোৱা নহয়
লৰালিৰ ধেমালি
তোমাক মই কথা
দিলো আনিম বুলি !

মোৰ হিয়াখনি ভাঙি
থৈ নাজাবা তুমি
চকুৰে মনি
আশাৰে পাপৰি
তুমি হবা মোৰ
জীৱন লগৰী!!

✍ মই ফুল কবি

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…