প্ৰতিদান
✍� প্ৰতিদান✍�
"""""""""""""""'""""""
বুকুৰ মাজত বৈ আছে
এখনি সোঁৱৰণীৰ নৈ …
দুগাল তিয়াই বৈ আহে চকুলোৰ নৈ …
যেতিয়া দুচকুত ভাঁহি আহে
তোমাৰ ছবি …
তোমাক কিয় হেৰুৱালো
সেইয়া আজি সাঁথৰ মোৰ বাবে …
$+$+$+$
আজি মই অসহায় …
তোমাৰ অবিহনে মই শূণ্য …
ভঙা সপোনবোৰে চকুলো টুকে …
মৰম ফুলনিৰ ফুলপাহি
মৰহি সৰে …
কেঁচা কলিজাৰ ৰঙাবোৰ চকুলো হৈ বাগৰে …
$+$+$+$
সঁচাকৈ কোৱাচোন তুমি
সঁচা মৰমৰ প্ৰতিদান এই হয়নি ? ?
✍�😥😥 সপোন নিবিড় জোনাক
Comments
Post a Comment