নুশুনাবা তোমাৰ প্ৰেম কাহিনী

নুশুনাবা তোমাৰ প্ৰেম কাহিনী
""""""""""""""""''''''''''''''''''''''''''''''''''''
'
'নুশুনাবা তোমাৰ প্ৰেম কাহিনী
নোৱাৰো সহিব বুকুখন বিষাই
এৰি আহিলো এদিন সোৱঁৰণীৰ হাতত
আপোন আপোন লগা প্ৰেমৰ কথাবোৰ
এতিয়া আৰু মন নাই
সেই মদিৰাত ৰাগী হবলৈ ………
'
'
নজ্বলাবা আৰু মোৰ বুকুত
নুমাই থকা জুই কুৰা
প্ৰেমৰ বানেৰে নাধালিবা আৰু
সেই জুইত তোমাৰ মৰমৰ ঘিউ ………
নুশুনাবা আৰু তোমাৰ প্ৰেমৰ কাহিনী ……
""
""
_____ সপোন নিবিড় জোনাক

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…