তোমাৰ কথা ভাৱি

✍� তোমাৰ কথা ভাৱি✍�
                  ✍�
ডাৱৰৰ আঁৰে আঁৰে থকা
জোনবাইক সুধিছিলো
তোমাৰ কথা …
তোমাৰ কথা কোৱা বাবে আজি জোনবাই লাজতে লুকালে …
হয়তো তোমাৰ মৰমলগা মুখখনি জোনতকৈ ধুনীয়া …
        $+$+$
মোৰ ফুলনিৰ ৰঙা গোলাপৰ পাহিক
তোমাৰ কথা কলো …
গোলাপৰ পাহিও লাজতে মৰহি গল …
হয়তো অভিমানত …
গোলাপৰ পাহিতকৈ তোমাক ধুনীয়া বুলি কোৱা অভিমানত …
হয় তুমি ধুনীয়া ৰাতিৰ জোনবাই দৰে …
হয় তুমি ধুনীয়া
কোমল গোলাপৰ পাহিৰ দৰে …
✍� চুম দত্ত

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…