মণি

❤মণি❤


মণি তোমাৰ নামত মই বলিয়া
    তোমাৰ মিঠা মৰমে কৰিছে পগলা
        অজানিতে বহুত মৰমৰ সানি দিলা
    নিৰলে থকা প্ৰেম দিলা জগাই তুমি
       কিছুমান আপোন সপোন ৰচি
   নাযাবা তুমি অকালতে সকলো মচি
তুমি মোৰ এতিয়া নিবিড়/নিৰৱ নিশা লগৰী

তোমাৰ বৰ্ণ কি মই কম দীঘল চুলি মেঘ কলা
   মনটো পূৰ্ণিমা পোহৰ দৰে চাফা
     মণি তোমাৰ প্ৰেমত এতিয়া মই বলিয়া
     অলিয়া/বলিয়া মনত তোমাক নিজৰ কৰা কামনা
      বহুতে জানে তোমালৈ মোৰ যি কামনা
আকৌ আহিবনে যোৱা নিশাৰ দৰে সময়
    দুটি দেহা এটি কৰি মৰম বিলোৱা
    মণি তুমি উৰণী তলৰ বিলৰ পাৰৰ
মোৰ হৃদয়ৰ আদৰ্শ জীৱনৰ মন কঁহুৱা

   । । । । ।  ❤❤❤ । । । । । 

            ✍🏼দিপেন হীড়া

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…