সপোন
✍🏻 সপোন ✍🏻
👇🏻
নৈখনেও সলাই সুঁতি
এৰিযোৱা সুঁতি হয়গৈ
এৰাসুঁতি …
সেইবুলি তুমি সলাবা
মৰম ভালপোৱা …
মোৰ হৃদয়খনি নহয় এখনি নদী
তোমাৰ মৰম পাহৰি
আনৰ মৰম আদৰি লবলৈ …
তোমাক নকলেও তুমি বুজিব পাৰিবা
মোৰ মনৰ কথা …
তোমাৰ অবিহনে মোৰ কি গতি হব …
তুমি নহলে ভাঙিব মোৰ হিয়া …
হেৰাই যাব মোৰ সপোন …
! !
! !
✍🏻 চুম দত্ত
Comments
Post a Comment