আধা লিখা
আধা লিখা
========
আধা লিখা কবিতা বোৰ
আধা হৈয়ে ৰ'ল,
বকুৰ মাজত থকা ছিয়াহী বোৰ
শেষ হৈ গ'ল।
কেনেকৈ লিখিম সেই
আধা লিখা কবিতা বোৰ।
দিন ৰাতি বোৰ যেন
নাযায় নোপোৱাই লাগিছে।
হথাৎ মোৰ হৃদয়ৰ ছিয়াহী
শেষ হ'ল।
উকা-উকা লগা হ'ল
মোৰ প্ৰেমৰ বহিত সেই
আধালিখা কবিতা বোৰ দেখিলে।
কেনেকৈ লিখিম,
কেনেকৈ পূৰ কৰিম
সেই কবিতা বোৰ।
ক'ত পাম সেই ছিয়াহী
তুমি আঁতৰি যোৱাৰ পিছত যেন
আধৰুৱা হৈ ৰ'ল মোৰ
প্ৰেমৰ পৃষ্ঠা বোৰ।
হয়তো চিৰদিনলৈ
আধৰুৱা হৈয়ে ৰ'ব।।
ছেঃ দেখিহে মোৰ বৰ বেয়া লাগিব।।
হিতাংগ
৩১/০১/১৭
Comments
Post a Comment