ভাল পাব নাজানিলো?
✍🏻✍🏻ভাল পাব নাজানিলো?
ভাল পোৱা হল???
সপোনৰ এটা ঠিকনা যাক,,,
খোজ পোৱাটো সহজ....
কিন্ত সঠিক মনৰ মানুহ ,,,,,,,?
পোৱাটো কঠিন,,,,,??
ভাল তো সকলেই পাব পাৰে কিন্ত ,,,,,,????
ভালপোৱা সকলে বুজিব নোৱাৰে,,,,,,,,,???????
তুমি চাবা,,,,, যাক তুমি সকলোতকৈ ও,,,,,??
বেছি গুৰুত্ব দিয়া যাক তুমি,,,,
নিজতকৈও বেছি ভাল পাব ....?
বিচাৰিবা .............???
সিয়েই তোমাক বুজি নেপাৱ ...?
সিয়ে তোমাক গুৰুত্ব নিদিব,,,??
একাষাৰ কথাই আছে যে,,,,,,,,?
অতিমাত্র মৰম পালে নিজৰ ,,,?
ছাঁটোৱে ও নিজক এৰি থৈ,,,,?
যায়গৈ ,,,,,,,,,,,,,,?????
এইয়ে ভালপোৱা প্ৰতিফল?
Comments
Post a Comment