কি নাম দিম মোৰ এই দুখক
কি নাম দিম মোৰ এই দুখক
""""""""""""""""""""""
"
"
এই যে উমি উমি জ্বলিছে মোৰ বুকুৰ মাজত একুৰা জুই
তুমি দেখিছানে বাৰু ?
আনেতো নাজানে
মোৰ দুখৰ কথা
নাজানে আনে
মোৰ ভাঙি যোৱা সপোনবোৰৰ কথা ।
তুমি বাৰু জানানে বুকুৰ মাজত এবুকু বেদনা লৈ
মই আজি অভিনয় কৰিছো ।
সুখী হোৱাৰ অভিনয়
মৰি মৰি জীৱাই থকাৰ অভিনয় ।
""
""
_______ সপোন নিবিড় জোনাক
Comments
Post a Comment