বহুত দিনৰ পাছত আকৌ এক নতুন অনুভৱ
বহুত দিনৰ পাছত আকৌ এক নতুন অনুভৱ
✍🏼দিপেন হীড়া
🙏🏽মোৰ আৰু আশা মোহ নাই🙏🏽
প্ৰথম আশা হ'ল নিৰাশা
প্ৰয়োজনো নাই
যায় যদিহে যাওঁক আনৰে প্ৰেৰণা পাই
আশাৰে থাকিলো তোমালৈ বাট চাই 😢
আছিল মোৰ তোমাৰ সৈতে জীৱন সজোৱা বহুত আশা
শব্দৰে দিছিলো বিলাই 🤔
কাৰোবাৰ প্ৰেৰণাই নিলে উৰুৱাই 😭
মোৰ যত আশা আছিল, তোমাতেই আছিল লোকাই
আজি অতি আঘাতেৰে ,
অনাদৰে দিছা দলিয়াই 😭
মোৰ আৰু আশাৰ মোহ নাই 🙏🏽
Comments
Post a Comment