প্ৰতিচুকতি
👉প্ৰতিচুকতি 👉
👉ৰাহুল দাস
তুমি বিছৰা দৰে হব
নোৱাৰিলো মই তোমাক
কিয় ইমান ভালপাওঁ।
কিয় ইমান হাবাথুৰি
খাইছোঁ।
তোমাৰ মুখৰ পৰা
শুণিৱমাত্ৰএষাৰি মাত।
উমনয়ো তোমাকভাল পাওঁ।
নাই তুমি ক'ৱ নোৱাৰা
সেইএষাৰি মাত।
নোৱাৰা তুমি কোৱ
কেতিয়াওঁ মই জাঁনো!
মোৰ হৃদয় খনে তোমাৰ
এইষাৰি মাতৰ কাৰণে
বহুঅপেক্ষা কৰিলে!
নোৱাৰা ক‘ৱ তুমি কাৰণ
মই তুমি বিছৰাৰ
দৰে হ'ৱনোৱাৰিলো!
তুমি বিছৰাৰ দৰে
নহ'লো মইধুনীয়া!
তুমি বিছৰাৰ দৰে নাই
মোৰটাত অগাধ
ধন - সম্পত্তি!
তুমি বিছৰাৰ
দৰে নাই মোৰটাত
দামী বাইক,
চাৰিচকীয়া বাহন
য'ত তোমাক উঠাই
দেখাৱ পাৰে পৃথিৱী!
তুমি বিছৰাৰ দৰে নাই
মোৰটাত ডাঙৰ অট্টালিকা!
নাই মোৰ টাত তুমি
বিছৰাৰদৰে সোনৰ বিচনা।
তোমাকশুৱাই থবলৈ!
তুমি বিছৰাৰ দৰে নহ'লো
মইচৰকাৰি চাকৰিয়াল!
তুমি বিছৰাৰ দৰে কিয়নহ'লো।
য'ত কিনিব পাৰিলো
হয়তোমাৰ ভালপোৱাক!
তুমি বিছৰাৰ দৰে নহলেওঁ
মইতোমাক দিব পাৰিমসঁচা
ভালপোৱা, সঁচা মৰম!
Comments
Post a Comment