অনুভৱ (৬)
অনুভৱ (৬)
"""""""""""""
✍🏻 সপোন নিবিড় জোনাক (৮১৩৩০৮৩৪৬৮)
!"!"!"!
এটি ধূলিয়ৰি সপোনে আহি নিৰৱে
মোৰ বুকুত সিঁচি থৈ গল
এসাগৰ পলাশে সামৰি থোৱা
গোটেই পনিয়লী আকাশখন ! !
$_$_$_$
লাহে লাহে
সৰাপাতৰ সুৰত উতলা হৈ পৰিছে
মোৰ বুকুৰ উপলা নৈখন ! !
মই মোৰ সমগ্ৰ উশাহ আৰু
মোৰ আকুল আৱেগেৰে
গাঁঠি থলো আকাশখনক ! !
আৰু আজি চোৱা
মোৰ আকাশখন কেনেকৈ মদৰুৱা হৈ পৰিছে ! !
আৰু চোৱা আবেগৰ পলাশবোৰ কেনেকৈ জ্বলিছে … ! !
Comments
Post a Comment