মৰমেৰে বন্ধিলা মোক তুৰে মোৰ হিয়াখনি যোৰাই লৈ...
✍✍✍✍✍✍
মৰমেৰে বন্ধিলা মোক
তুৰে মোৰ হিয়াখনি
যোৰাই লৈ...
তোমাৰ কথা
ভাবি ভাবি ৰাতি
টুপনী নাহে মোৰ ঐ
তুমিও ভাৱনে
মোৰ কথা
পুৱা গধূলি ৰৈ
মৰমেৰে সাৱতনে
বুকুতে মোক
আঁকোৱালি লৈ!!
মৰমবোৰ এনেকুৱাই
কলিজা খুলি খুলি খায়!
🙏🙏🙏🙏🙏🙏🙏
ধৰ্মেন্দ্ৰ নাথ.....
Comments
Post a Comment