মনৰ যন্ত্ৰনা
✍🏻✍🏻✍🏻মনৰ যন্ত্রনা✍🏻
মৰম যাৰ হেৰাই কিমান যান্ত্রনা?
তই কি,বুজিবি তোৰো যেতিয়া ?
মৰম হেৰাই যাব তেতিয়া তই,,,,
নিজেই কান্দিবি,,,,,,,😭😭
কাৰোবাক নাপালে জীৱন
শেষ হৈ নাযায়............?
কিন্ত কাৰোবাক পোৱাৰ...
পাছত হেৰুৱালে জীৱনৰ..
বহুত কিবাই ধবংশ হৈ
যায়...........?
✍🏻চুম দও...
Comments
Post a Comment