আলফুল

আলফুল
""""""""""
! !
! !
আলফুল তুমি মৰমৰ
হৃদয়ৰ এটি কোণত আছা তুমি …
ৰাখিছো তোমাক বহু সজতনে আলফুলে …
যদিও পোৱা নাই তোমাৰ ঠিকনা …
দেখা নাই তোমাৰ ছবি …
নেদেখা নজনাকৈ কেতিয়া
তুমি মোৰ আপোন হলা মই নাজানো …
যৌৱনে আমনি কৰা এটি আবেলিত তোমাক পালো …
মনতে ভাৱিলো তোমাক লগত লৈ পাৰ হম যৌৱনৰ নদীখনি হাতত হাত ধৰি …
কম কম বুলি ভাৱি থকা কথাবোৰ কব নোৱাৰো
অজান ভয়ে মোক আগুৰি ধৰে …
কিজানি ভুল বুজি যোৱা আঁতৰি …
!! !!
!! !!
✍🏻 চুম দত্ত

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন