আপচু,,,,

😩😩😩😩😩😩😩
আপচু...man....🤓
❀❀❀❀❀☀☀☀
আপচু হলেও তুমি
        এজনী সুন্দৰ নাৰী ।
আনে তোমাক
        বেয়া দেখিলেও
অবিলুপত  নোহোৱা
      কৰি যোৱা কাম ,
হব এদিন তোমাৰো
        দেশত সু নাম ॥
আগ্ৰহাতিশৰ্য্য
            কৰি যোৱা কাম
তোমাৰেই ওলাব
             দেশত নাম।
গুণী - গাণি সকলো
           কৰিবা কাম
কোনেও কব নোৱাৰে
            তোমাৰ বেয়া নাম ॥
  

💐Apuurba.....✍

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন