অপেক্ষা
অপেক্ষা
""""""""
""
""
কেতিয়া আহিব লুইতৰ বুকুয়েদি ভাঁহি
সেই ঐনিতমৰ সুৰ …
কেতিয়া নাচিব মৰমৰ কনেংজনী ঢোলৰ তালে তালে …
""
""
ৰৈ আছো মই লুইতৰ পাৰত
মৰমৰ কনেংজনীৰ কপাহ কোমল দুহাতৰ পৰশ পাবলৈ …
তাই হেঁপাহেৰে দিয়া ছাই মদৰ ৰাগীৰে নিজৰ মাজতে মাতাল হবলৈ …
এতিয়া অপেক্ষা মাথো ফাগুন অহালৈ ……
""
""
_____ সপোন নিবিড় জোনাক ।
Comments
Post a Comment