মোৰ দুভগীয়া কপাল
✍🏻✍🏻মোৰ দুভগীয়া কপাল,,,,
সচাঁ ভালপোৱা পাবলৈও???
কপালত লিখা খাকিব লাগিব?
মোৰ বোলে,কপালত নাই,,,,,,?
নিকি সেইকাৰনে কাৰোৰে পৰা?
সচাঁ মৰম ভাল পোৱা নাপালো..
আৰু নাপামো ইমানে মই দুভগীয়া,,,,,,,,,,,,,,,💔💔💔
যিৱনত কেতিয়াও কাৰো
বাবো নাকান্দিবা,,,,,,,??
কাৰন তুমি যাৰ বাবে....
কান্দিবা তেওঁ তোমাৰ ,,,,
চকুলো নোমোছে?????
কিন্ত যি তোমাৰ চকুলো?
মুছিব তেওঁ তোমাক,,,,?
কেতিয়াও কান্দিব......
নিদিয়ে হেইয়ে হল ??
সচাভালপোৱা?😘
✍ চুম দও …
Comments
Post a Comment