কি বিচাৰি কি পালি তই
কি বিচাৰি কি পালি তই ঔ ৰংমন
চিৰ জীৱন মাথো বুকুৰ মাজত পালি দূখ
সপোন দেখিছিলি সোনপাহীক
আপোন কৰা
কি পালি আজি তই
নিজক পাহৰি দিব বিচাৰিছিলি
বুকুৰ মৰম সোনপাহিক দূহাতত গুজি
পালে জানো বুজি আজি তোৰ মৰম
নাই নাপালে ঔ নাপালে
নদীৰ এৰা সূতী এৰা দৰে আজি তোক এৰি গল দূখীয়া নিচলা বুলি
বুকু আজি তোৰ উদং
দূচকূত তোৰ চকুলোৰ নদী
নুবুজিল তোৰ মৰম নুবুজিল জান নুবুজিল ……
""
""
সপোন নিবিড় জোনাক ! !
Comments
Post a Comment