মই তোমাক হৃদয়ত লৈ কেতিয়াওঁ ভাগৰি নাজাওঁ


মই তোমাক হৃদয়ত লৈ কেতিয়াওঁ ভাগৰি নাজাওঁ,
তুমি এনেকুৱা চিন্তা কেতিয়াওঁ নকৰিবা তুমি মোৰ হৃদয়ত চিৰজীৱন স্বাধীন হৈ জীবন নিৰ্বাহ কৰিবা ।
তোমাৰ ব্যক্তিগত জীৱনলৈ মই কেতিয়াওঁ হস্তক্ষেপ নকৰো মই তোমাক বহুত ভালপাওঁ সেয়ে সজাৰ চৰাইৰ দৰে নহয় মুক্ত চৰাইৰ দৰে তোমাক ৰাখিব বিচাৰো ।
তোমাৰ বন্ধু তোমাৰ বান্ধৱী সকলো তোমাৰেই থাকিব কেতিয়াওঁ তোমাক বাধা নিদিওঁ সিহঁতৰ লগত ঘুৰি ফুৰি মস্তি কৰিব ।
কিন্তু এটা কথা বিশ্বাস কেতিয়াওঁ নাভাঙিবা তোমাৰ হৃদয়ত মোৰ সচা ভালপোৱা লৈ তুমি পৃথিৱীৰ ইমুৰৰ পৰা সিমূৰলৈ নাচি বাগি ঘুৰি ফুৰিব পাৰিবা ।
সচাঁকৈয়ে বহুত ভালপাওঁ মোৰ মনৰ আশাক নিৰাশত পৰিনিত নকৰিবা,
আকৌ কৈছোঁ তুমি মোৰ জীৱনত তুমি মোৰ দৈনন্দিন উঠন বহনত ৰাজত্ব কৰি উৰি ফুৰিব পাৰিবা ।
ইচ্ছা কৰিলে মোৰ লগত থকা মোৰ অৱশিষ্ট হৃদয় তুমি লগত ৰাখিব পাৰিবা তুমি মোক ভুল নুবুজিবা মই যে তোমাক বহুত ভালপাওঁ সদায় মনত ৰাখিবা...✍
Mehbub Alom!!!

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন