যন্তৰণা

🌾যন্ত্ৰণা🌾
           ✍ৰাহুল দাস
মোক যন্ত্ৰণা বোৰৰ পৰা মুক্তি দিয়া। " হয়তো মই অভিশপ্ত এটা জীৱন লৈ জীয়াই আছো। তুমি মোক বহুত ভাল পোৱা সেই কথা মই ভগৱানক বিশ্বাস কৰাৰ দৰে কৰো..।

কিন্তু মইয়ো টো তাৰ বিপৰীতে তোমাক ভালপাওঁ।  বিশ্বাস দিৱলৈ সচাঁ স্বচ্ছ হৃদয়ৰ পৰাই বহুত প্ৰতিশ্ৰুতি দি আহিছো।

তুমি মোক বিশ্বাস বিপৰীতে সন্দেহ কৰা, সেই সন্দেহৰ প্ৰমাণ দি হলেও তোমাক বিশ্বাস দিওঁ ,,। তথাপিও মই কিয় তোমাৰ ওচৰত হাড়ি যাওঁ মই তোমাৰ বিশ্বাসৰ পুতলা নেকি সদায়।

তুমি মোক খেলি থাকা।
সেই বিষাদ যন্ত্ৰণা বোৰৰ বাবে কেতিয়াবা মৰি যাৱলৈ মন যায়... ।কিন্তু মই তোমাৰ বাবেইটো মাৰিবও নোৱাৰো।

কাৰন মোক ভাল পোৱা মা_ দেউতাৰ এতিয়াও জীয়াই আছে। প্ৰথমে নিজৰ বুলি কান্দিবলৈ মাথো দুজন মানুহেই আছে মা আৰু দেউতা।

তাকো তেওঁলোকৰ এই বুঢ়া বয়সত বিষাদ যন্ত্ৰণা বোৰৰ পৰা মুক্তি পাবলৈ মৰি থাকিলে।

মোৰ বাবে দুৰ্ভগীয়া হয়তো এই পৃথিৱীত কোনো নোলাৱ। সেইয়ে মই সকলোৱে বাবেই জীয়াই থাকিব লাগিব।
তোমাক ভাল পাওঁ মই বহুত ভাল পাওঁ ।

মনত ৰাখিবা তোমাৰ উপস্থিতিত মোৰ মা-দেউতা দৰেই মোৰ জীৱনত তুমি সমানেই গুৰুত্বপূৰ্ণ।

প্ৰেম, ভালপোৱা, মৰম, সময়ৰ লগে লগে সলনি হয় ঠিকেই,, কিন্তু প্ৰকৃত ভালপোৱা জন কেতিয়াও সলনি নহয়।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…