মৰমৰ জান
✍🏻✍🏻 মৰমৰ জান✍🏻✍🏻
সাপে খুঁত মাৰিলে .....
বেজেৰে জাৰিব,,,,,,,
তুমি মোৰ জান এৰি গলে???
কেনেকৈ সহিম???
পিয়াহৰ.পানি টুপি হেৰাই
গলে ,,
মানুহৰ জীৱন হেৰাই????
তোমাৰ মৰম খিনি নাপালে.
নাথাকিম জীয়াই,,,,
ভাঙিলে পজাতি সাজিব পাৰি,,,,
মোৰ হিয়াখন দুনাই সাজিব.
নোৱাৰিম????
নুফুলে উল কবি নাবান্ধ?
পাত মৰমৰ জান বুলি,,,
মাতিম বাৰু কাক????
Comments
Post a Comment