-মিছা ভালপোৱা---
---মিছা ভালপোৱা---
পৃথক কৰিলা মোক-
তোমাৰ হৃদয়ৰ পৰা,
তোমাৰ স্মৃতিৰ পৰা ।
সচাকৈয়ে মিছা আছিল-
তোমাৰ ভালপোৱা ।
মিছা আছিল সেই সপোন-
তুমি যে দেখুৱাইছিলা ।
চলনা আছিল তোমাৰ-
মোক আঘাত দিবলৈ ।
মই পাহৰা নাই তোমাক-
আৰু নাপাহৰো কেতিয়াও ।
আঘাত দিবলৈ-
প্রেম যাছিলা ।
আঘাতকে সাবটি লম ।
📝নৱজিৎ ডেকা
উ:মা দ্বিতীয় বৰ্ষৰ ছাত্ৰ।
Comments
Post a Comment