খনি মৰমভৰা হৃদয় লৈ তোমাৰ কাষলৈ যাম …

খনি মৰমভৰা হৃদয় লৈ তোমাৰ কাষলৈ যাম …
তোমাৰ উমাল বুকুৰ সাঁচতীয়া মৰম বিচাৰি …
তোমাক দেখাৰ পৰা কিনো দিন কিনো ৰাতি
প্ৰতি পল মাথো তোমাৰ ছৱি ভাহে মোৰ দুচকুত …
মনযায় এটি পখিলা হৈ তোমাৰ গুলপীয়া দুগালত মৰম কৰিবলৈ …
মনযায় তোমাৰ কাজলসনা দুচকুৰ ভাষাবোৰ পঢ়িবলৈ …
কিনো কব বিচাৰিছা তুমি মনে মনে …
তোমাৰ মনৰ মাজত বাঢ়িছেনি বুকুভৰা যৌৱনৰ নদীখনি …
মোৰদৰে তুমিও ভালপোৱানি মোক
?
নজনাকৈ …
যিদৰে মই তোমাক ভালপাওঁ তুমি নজনাকৈ মনে মনে …… ! !
""
""
সপোন নিবিড় জোনাক

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…