অপেক্ষা
+#অপেক্ষা #+
✍ ৰাহুল দাস
কেতিয়াবা কবি হঁও
তোমাৰ জল্পনা-কল্পনাৰে
বগা কাগজৰ বুকুত
শব্দৰ কঠীয়া ৰুঁও।
কবিতা লিখো
কেতিয়াবা মাজ ৰাতিলৈকে
কেতিয়াবা কাহিলি
পুৱাৰলৈকে ।
বুকুত এখন ৰে'ল চলে
মন কেতিয়াবা তোমাৰ ষ্টেচনত নামে।
কেতিয়াবা উঠে . এখন সাগৰ বাঢ়ে তোমাক পোৱাৰ হেঁপাহ জাগে,। মৰমবোৰ হিমালয় সদৃশ হয়সপোনে আকাশ চুব খোজে ।
প্ৰেমৰ বতাহজাকে মোকলৈ যায় ইয়াৰপৰা ইয়াৰপৰা তালৈ,। তাৰপৰা তোমাৰ বুকুলৈ...আৰু তোমাৰ বুকুৰ টঙীঘৰত মই বহুত কেইটা ৰজনী কটাই মাতাল হৈ এদিন উভতি আহো ।
এনেকৈয়ে কেতিয়াবা মই প্ৰেমিক হঁওকেতিয়াবা কবি হঁওতোমাৰ জল্পনা-কল্পনাৰে বগা কাগজৰ বুকুত শব্দৰ কঠীয়া ৰুঁও।
কবিতা লিখোকেতিয়াবা মাজ ৰাতিলৈকে কেতিয়াবা কাহিলি পুৱাৰলৈকে ।বুকুত এখন ৰে'ল চলেমন কেতিয়াবা তোমাৰ ষ্টেচনত নামেকেতিয়াবা উঠে ।
Comments
Post a Comment