তোমাকে ভালপাও
তোমাকে ভালপাও
""""""""""""""""""""
""
""
প্ৰিয়া নিলিখো আৰু
বিষাদৰ কবিতা …
বুকুৰ বেদনাবোৰ বুকুতে থাকক দিয়া প্ৰিয়া …
হয়তো এদিন সেইবোৰ হেৰাই যাব
তোমাৰ বুকুৰ উমাল পৰশত …
এটি অতীত হৈ …
""
""
এতিয়া মোৰ মন ফুলনিত
এপাহি গোলাপ ফুলিছে প্ৰিয়া …
তাতে যেন বিচাৰি পাওঁ মই তোমাৰ সুবাস …
মোৰ মন মতলীয়া কৰা এটি সুবাস …
কি বুলিনো কম তোমাক
তুমি নজনাকৈ তোমাৰ প্ৰেমত পৰিলো মই …
তোমাক নেদেখাকৈ নুবুজাকৈ …
""
""
Comments
Post a Comment