কেনে আছা তুমি কোশলে আছানে
কেনে আছা তুমি কোশলে
আছা নে ? তোমাক লগ নোপোৱা আজি বহুত
দিনেই হল এতিয়া দূৰ
নিলগত প্ৰায়য়ে পাহৰি
যোৱা মোৰ এটি খবৰ লবলৈ । কেনে আছা বুলি
এটা SMS u নকৰা হলা
আগত Whatsapp খোলাৰ লগে লগে তোমাৰেই মেছেজ শুই উঠি মোবাইলৰ লক অপেন
কৰি এই পাও তোমাৰেই
মেছেজ গুড মৰণিং সোণ
উঠা ৭ সাত বাজিল ইমান
দেৰি শুই নাথাকিবা কিছু
সময়ৰ পিছত সেই কি কৰি আছা চাহ খালানে ইত্যাদি
প্ৰশ্নই আৰু তোমাৰ মোখত
এটি মৌ মিঠা হাঁহি যি হাঁহি
য়ে দুভাগ ৰাতি টোপনি কাঢ়ি নিয়ে মোৰ আৰু সেইয়া চোন আজি মোৰ বাবে আধৰুৱা সপোন হৈ
ৰল তুমি মোক ভালপোৱাৰ পাছতো কেনেকৈ নিজৰ
কৰি লব পাৰিলা দুদিনৰ
চিনাকি এজনক বিয়াৰ দিন চাপি অহাৰ লগে লগে
মোৰ নাম্বাৰ ব্লক লিচতত
ভৰাই দিলা Whatsappt
মেছেজ কৰি কলা তুমি মোক পাহৰি যোৱা আৰু
ফোন নকৰিবা বুলি সিদিনা এনে লাগিছিল যেন আকাশৰ পৰা বিনা মেঘে
বজ্যপাত আহি মোৰ বুকুত পৰিল হৃদয়ৰ ভগা খিৰিকী
খনো আৰু কিমান খলা
ৰাখিম কোৱা তোমাৰ বাবে
আৰু তোমাৰ মৰমৰ পচোৱা জাকৰ বাবে আজি কালি নিশা দুপৰলৈকে শব্দ সৈতে খেলি থাকো সেই যে
তুমি এৰি গৈছিলা দুখীয়া
আৰু বেকাৰ লৰা বুলি সেই দিন ধৰি আজিও মনত আছে মোৰ কিমান যে সুখৰ মাজত মোক দুবাহুৰে সাৱটি ধৰি কামনাৰে ভৰা
ৰং সাহি দিছিলা মোৰ
দুগালত কিন্তু আজি এই
মোৰ দুগালত ৰঙেৰে ভৰা
ফুলবোৰ মোৰ দুগালত কেনেকৈ মৰহি গৈছে সময়
পালে এবাৰ চাই যাবা হি
মোৰ এই ভগা হৃদয়ক কিমান আৰু কন্দোৱাবা
ভাগি গল হৃদয়খন কাচৰ
টুকুৰাৰ দৰে এদিন তোমাক কৈছিলো যে তোমাৰ অকণমান মৰম অবিহনে ই
মই নিসংগ অকলশৰীয়া
অনুভৱ কৰিছিলো সেই
বাবে তুমি মোক জোখতকৈ অধিক মৰম দি গলা যে হৃদয়ৰ পৰা তোমাৰ অনুভৱক উলিয়াই দিয়াটো মোৰ দাৰা কোনো
সম্ভৱ নহয় মইটো নুবুজিলো মাথো তোমাৰ
ঠগ প্ৰব্ৰঞ্চৰ কথাত ভুল
গলো তুমি এই মোৰ বাবে
হৃদয় হীনতা প্ৰেমীকা মোৰ
দৰে কিমান সচাঁ প্ৰেমীকক প্ৰ তাৰণা কৰি
তুমি আজি নিজকে গৌৰৱ
অনুভৱ কৰিছা কিমান যে
হোটেল ৰেষ্টুৰেন্তত বহি
দুয়ো মগ্ন হৈ কথা পতা
সাৱটি ধৰি উচোপি কৰি
উঠা তুমি মোৰ জীৱনৰ পৰা আতৰি নাযাবা আৰু
মই কৈ উঠিছিলো ধেত
মোৰ সোণজনী কিয়
তেনেকৈ কৈছা মই তোমাৰে আন কাৰো নহয় কত হেৰাই গল আজি তোমাৰ
সপোনৰ কথাবোৰ প্ৰবিত্ৰ
নদীৰ গংগাৰে সৰলতা জোখ লৈ তুমি মাথো মোক
সত্যা কৰি পেলালা কথা
দিলো তোমাক আৰু কেতিয়াও লগ নাপাওঁ মোৰ মৃত্যু হলে তুমি চকুলো
নুতুকিবা আৰু মোৰ সমাধি কাষত তুমি তুলসী নুৰুবা
অজানিতে কেতিয়াবা নিশাৰ ভাগত মই বুলি তুমি
হিতানৰ গাৰুক সাৱটি ধৰি
উচুপি নুঠিবা নাপাব নহলে
মোৰ আত্মাই শান্তি অনন্ত
কাললৈ
বহুত বানান ভুল আছে৷কোশল নহয় কুশল৷এনেকুৱা আৰু বহুত ভুল আছে৷বানান শুদ্ধ নহ’লে শব্দৰ অৰ্থ বেলেগ হৈ যায়৷
ReplyDelete