নীলা বৰষুণজাক আকৌ নামিছে
নীলা বৰষুণজাক
আকৌ নামিছে
যেন তোমাৰ
মৰমহে বাঢ়িছে
হৃদয় বিৰিখত
তোমাৰ নামৰ
ফুল ফুলিছে
তোমাক এবাৰ
চোৱাৰ হেঁপাহ
জাগিছে...
মতলীয়া বতাহজাক
আতৌ বলিছে
পাথি লগা
মন তোমাৰ বুলি
উৰা মাৰিছে
দুৰনিত কৰোবাত বেলিতৱে
জোনাকলৈ বুলি
এৰি দিছে
তোমাক চোৱাৰ
হেঁপাহ জাগিছে!!
🙏🙏🙏🙏
Comments
Post a Comment