জীৱন ব্যৰ্থ কেতিয়া হয় জানা নে।

জীৱন ব্যৰ্থ কেতিয়া হয় জানা নে।
আমি ভাবোঁ যেতিয়া আমি কাৰোৱাৰ সঁচা  মৰম পাবলৈ সম্ভৱ নহয়।

কিন্তু....
মোক বুজি নোপোৱা কাৰণে মই দুখী হব পাৰো কিন্তু মোক বুজি পোৱা জন মই পোৱাৰ আশা থাকি যায় আৰু পাম সেইয়াও নিশ্চিত সপোন।

কিন্তু বুজিবলৈ ব্যৰ্থ হোৱা জনে খন্তেকৰ কাৰণে একো বুজিব নোৱাৰে।কাৰণ কৃত্ৰিমতাৰ মাজত ভুল গৈ থাকে।
যেতিয়া সঁচা কৈ তেওঁ মৰম কি বুজি পাব তেতিয়া সেইজনে অকলে অকলে বহুত  কান্দে পস্যাতাপ কৰে যে মই কিয় নুবুজিলোঁ।
তেতিয়া নিজে নিজৰ ওচৰত পৰাজিত হৈ পৰে।
জীৱন ব্যৰ্থ যেন অনুভৱ হয়.....

✍স্বপ্ননীল শইকীয়া

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…