বাস্তৱ জীৱন
বাস্তৱ জীৱন
বিশ্বাস কৰাটোৱেই ভূল
হাজাৰ পৰীক্ষা হলেওঁ
নিথৰুৱা প্ৰেমিক
নিথৰুৱা হৈ থাকিম।
বিশ্বাস নহলে নাহিবা
থাকিম অকলে অকলে ,
নালাগে তোমাৰ মিছা মিঠা হাঁহি
কিমান আৰু এই বন্ধুত্বৰ গভীৰ
সম্পৰ্ক লৈ মিছা কথাৰে
বিশ্বাস জন্মাবলৈ চেষ্টা কৰিবা ?
বাদ দিয়া
এনেকুৱা দিন যাতে নাহে,
তোমাৰ সুখ কি হেৰাই যেন ,
বন্ধুত্বৰ নাম দি
আঘাত কিয় হানিম ।
কিমান হৃদয় আৰু মনৰ
লগতে খেলিবা ?
ভাবিছা চাগে মই একো
নাজানোঁ কিন্তু
মই সকলো জানো ,
ভালেই কৰিলা
এতিয়া হয়টো মই জীৱনৰ
কথা ভালকৈ জানো ।
Comments
Post a Comment