নিদাৰুণ ৰাতি
নিদাৰুণ ৰাতি
👉ৰাহুল দাস
সেই সপোন আজি
সপোন হৈয়ে ৰ'ল।
আমি উজাগৰী নিশাটিত
...তুমি আতৰি যাওঁতে
ভাবিছিলো ....তুমি
বহুত নিদাৰুণ.....।
তাতোকৈ ভাবিছিলো
ভগৱান জন বেছি নিদাৰুণ....।
কিয় কাঢ়ি নিলে মোৰ পৰা.....???
আচলতে এতিয়াহে বুজিছো.।
সময়বোৰ হে বেছি নিদাৰুণ.....।
সময়ৰ সোঁতত পৰি
এৰি গলা মোক ।
তুমি আৰু ভগৱান
নিদাৰুণ নহয়।।
সময়বোৰ বোৰহে
নিস্তুৰতা জানা.,বৰ নিস্তুৰতা।
সিদিনা তুমি মোৰ মৰমৰ
উমত জিৰাইছিলা...আৰু
আজি আনৰ মৰমৰ
উমত জিৰাব গলা ।
এদিন চাবা মোৰ মৰমেও
জোকাৰিব তোমাক।
যিদিনা মৰি যাম সেই
দিনাও হয়তো...এটো
পালো চকুলো নুটুকিবা..
মইনো কোন তোমাৰ .।
"এটা নস্ট পাগল প্ৰেমিকহে"
"যিদিনা মই তোমাৰ
কাষত নাথাকিম ।
থাকিব মাথো এটুকুৰা
স্মৃতিৰ ডাৱৰ সিদিনা
বহুত তুমি কান্দিবা।
Comments
Post a Comment