নালাগে নিলিখো আৰু বিষাদৰ কবিতা
সোণ
নালাগে নিলিখো আৰু বিষাদৰ কবিতা
তুমিতো জানাই এতিয়া Whatsapp t ভৰি পৰিছে বিষাদৰ কবিতাৰে
সোণ
মই নাজানো তুমি মোৰ কবিতা ভালপোৱা নে নোপোৱা আজিৰ পৰা Whatsapp t আৰু মোৰ কবিতা নোপোৱা
সোণ
তোমাৰ প্ৰেম সদায় তোমাৰ হৃদয়তে ৰাখিবা তুমি বুজি চাই চাগে
তুমিতো জানাই এতিয়া Whatsapp t নতুন নতুন
লিখনিৰে ভৰি পৰিছে বিষাদৰ কবিতা
কিমান যে ধুনীয়া ধুনীয়া লিখনি
পঢ়িলে পঢ়ি থাকিবলৈয়ে মন যায়
সোণ
নহয় মই দেশৰ নাম উজ্জ্বলোৱা কবি
নতুবা নহয় মই কবিতাক বেয়া পোৱা লৰা
কবিতা মোৰ বৰ প্ৰিয়
সোণ
তুমি সলনি নহবা দেই
নকৰো তোমাক আৰু আমনি FB Whatsapp t
মেছেজ কৰি
আদান প্ৰদান থৌকি বাথৌ
হিয়া আজি মোৰ সৰকা সৰকা
সোণ
হঠাতে কোনো লৰাই সুযোগ
লব পাৰে চাবা মাথো তুমি
সলনি নহবা
মোতকৈ ভাল ভাল বন্ধু পাবা
ধনতো কোঁৱৰ ✍ ✍✍
Comments
Post a Comment