অনুভূতি

✍🏻✍🏻অনুভূতি.....

যি জনে মানুহে যুক্তি কি....
বুজি নাপায়, তেওৰ লগত.....
তক` নকৰিবা.,........???
যি মানুহে বিশ্বাস কি বুজি নাপায়
তেওঁক আপোন নকৰিবা.........?
যি মানুহে বন্ধুত্ব কি বুজি নাপায়..
তেওঁক বন্ধু নকৰিবা.......??
যি মানুহে অন্তৰ অনভূতি  কি...
বুজি নাপায়, তেওঁ অন্তৰত স্হান
নিদিবা,,,,,,,,,,,,,,?????
যি মানুহে ত্যাগ কি বুজি নাপায়..
তেওঁক শপত নিদিবা??????

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…