সোণোৱালি সপোন এটি !

সোণোৱালি সপোন এটি !
"""""""""""""""""""""""""""
✍🏻 - সপোন
নোৱাৰো দলিয়াই দিব
মোৰে বুকুৰ কেঁচা কলিজাতো …
তোমাকো আঁতৰাই ৰাখিব নোৱাৰো …
মোৰ বুকুৰ পৰা …
তুমি মোৰ কেঁচা কলিজাৰ এফাল …
কিমাননো অভিমান নকৰা তুমি …
আহিবাচোন এবাৰ দুয়ো মিলি মৰমৰ চিলা উৰুৱাম
ফাগুনৰ পচোৱাজাকৰ সতে …
মোৰে মন কাঢ়ি কতনো আঁতৰি যোৱা তুমি …
তুমিয়ে মোৰ চিলিমিলি টুপনিৰ সোণোৱালি সপোন এটি …
""
""
সু সন্ধ্যা সুহৃদয় সকলোলৈ ।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…