চুম দত্ত

[03/02 3:36 PM] চুম দত্ত কবি: 👉🏻👉🏻👉🏻👉🏻 পাৰ কৰিব লগা হয়।। কান্দি সকলোৱে পাইছে,হয়টো অনুভবও কৰিব পাৰে সকলোৱে যে কিমান বুকুখনত যান্ত্ৰণাৰ হেচাত পৰি চকুপানী বাহিৰ হ'বলৈ বাধ্য হয়।।…………………… মানুহে অাগত বিশ্বাস দিয়াটো শিকাৰ প্ৰয়োজন………………অাৰু যদি দিব পৰা নাই,সচাকৈ কৈছো তোমাৰো কোনো অধিকাৰ নাই কোৱাৰ,অনুগ্ৰহ কৰি মোক বিশ্বাস কৰা।।ধন্যবাদ……
[03/02 3:36 PM] চুম দত্ত কবি: মোক বিশ্বাসঘাত কৰি তুমি কি পালা মই নাজানো ,
কিন্তু তোমাৰ পৰা প্ৰতাৰিত হৈ মই হ'লে একো শিক্ষা নাপালো ।
কাৰণ প্ৰেমৰ ওপৰত মোৰ বিশ্বাস সদায় একে থাকিব...........
মই এতিয়াও তুমি উভতি অহাৰ আশা কৰো।
এতিয়াও তোমাক এবাৰ লগ পাব বিচাৰো ।
এতিয়াও তোমালৈ থকা মৰম বুকুত সজীৱ হৈ আছে।
সকলোতকৈ ডাঙৰ কথা কি জানা......???
তোমাক মই ক্ষমা কৰিব পৰাকৈ এখন বহল হৃদয়ৰ মালিক হৈ আছো ।
প্ৰেমৰ ওপৰত ইমানবোৰ জনাৰ পাছত মই তোমাৰ সাধাৰণ সিদ্ধান্ত এটাৰ পৰা কি শিক্ষা লম।

Comments

Popular posts from this blog

উদাসী মন

বহাগৰ ৰঙ…

ফাগুন