তুমি মোক কিয় নুবুজিলা
✍🏻তুমি মোক কিয় নুবুজিলা.....
আজি তুমি মোক বুজা নাই,,,,,,
কাৰন , আজি..........?
তুমি আনৰ হলা,,,,,,,,,,,,,,,???
আন কাৰুোবাৰ সৈতে.....,.
ৰঙীন সপোন কোৱঁৰ তুমি.....?
মই জানো ,,,,,,,,,,,,,,,,,,,,,,,,
এদিন তুমি মোৰ কাষলৈ লৈ....?
মোৰ ঠিকনা নিজেই আহিবা...
কিন্ত যি দিনা আহিবা..
সেইদিনা তুমি মোক ...
বিছাৰিও নাপাবা....
Comments
Post a Comment