যাযাবৰ প্ৰেমিক মই

যাযাবৰ প্ৰেমিক মই………।
যাযাবৰ হৈ ঘূৰিছো মই……
পোৱা নাই প্ৰেমিক পখিলা…।
চৌদিশে অকশৰে ঘূৰি ফূৰো…
প্ৰেয়সীৰ জটিল সন্ধানত…।
অাছানে কৰ'বাত মই বিচৰাজনী…
দিয়াহি দেখা সন্মুখত এবাৰ ……।
এই যাযাবৰে বহু গাভৰুৱে দেখিলে…
কিন্তু ভালপাৰ পৰাকৈ এজনী……
নাপালে,
দুৰৰপৰা সকলোকে ভালেই লাগে…।
ওচৰ পালে দেখোন সকলো ভয়লাগে…
প্ৰেয়সী বিচাৰি হাবাথুৰি খালো…
তথাপি মনে কয় অাৰু সন্ধান কৰা…।
এই প্ৰেম নামৰ বস্তুটো বৰ দূৰ্লভ…।
সহজতে কোনোৱে ধুকিয়েই নাপায়…
শুনিছো
ভগৱানে সকলোৰে বাবে লগৰী
ৰাখিছে……
কিন্তু বিচৰাৰ দায়িত্ব হেনো অামাক দিছে……
দেখিলে এনে লাগে সকলোৱে …
ভাগ্যৱান
মোৰ ভাগতহে দেখোন পাৱলৈ নাই…
যাযাবৰ প্ৰেমিক মই ঘূৰিছোহে ঘূৰিছো…
জীৱনসংগীজনী পিছে পাবলৈ নাই…।
বহু কস্ট খালো অাৰু নিবিচাৰো…
সংগীবিহিন মই নেলাগে লগৰী…।
নিৰুপায় মোৰ জিৱন যাত্ৰা…।
যাযাবৰ হৈয়ে জিৱন কটাম মই……

✍পাপন বলিয়া মই🎤

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…