সুখৰ সন্ধান বিচাৰি গৈছিলো

সুখৰ সন্ধান বিচাৰি গৈছিলো
তোমাৰ কাষলৈ আৰু তুমি
জ্বলিবলৈ ধৰা চাকি গচাতে
পানী ঢালি দিছিলা নাজানি
ভূল কৰিছিলো তোমাক
হৃদয় দি তথাপিও সঃ মনেৰে মিলিছিলো
প্ৰেমৰ মেলানি সাচিছিলো
তোমাৰ বাবে মৰম এটোপোলা আজি
ঠক খাই গম পালো
প্ৰেম ফোপোলা এটি শব্দ
ব্যবহাৰ কৰিছিলা যিতো
শব্দই শত্য কৰি পেলাই
মোৰ কোমল অন্তৰক
যিতো শব্দই পলকতে কৰি
তোলে হাহিঁৰে বিৰিঙা
মোখখন পৰিবৰ্তন যিবোৰ
শব্দই অকালতে হেৰুৱাই
সপ্ন নিশেষ হৈ যায় এই
ৰহস্য ময় শব্দ এতিয়া
কেৱল শুণ্যতা আৰু নিৰ্জলতা
সন্ধিয়াটো যেন এতিয়া
ভাল নালাগে প্ৰভাতি
পোৱাও নিজান মোৰ
আকাশত জোনাক নাই
মাথো কলা ডাৱৰৰ চানি
কাষ চাপি আহিছিল মাথো
নিৰবতাৰ পূণ্য শালি সপোনৰ
বালি ঘৰ হৎঠাতে ভাঙিল
আৰু হৎঠাতে ভংগ হল
সপোন আৰু আশা হয়তো
হৈয়ে গধুলি উভতাব বুলি
জাকক তোমাৰ কথা
সোধা সিফালে আছেতো

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…