তোমালৈ বাট চাই

তোমালৈ বাট চাই
০০০০০০০০০০০০
মোৰ শূণ্য বিথিকাত তোমাৰ হেঁপাহৰ আলিঙ্গন
বতাহৰ ভাঁজে ভাঁজে
তোমাৰ উষ্ম চোমাৰ পৰশ
তুমি অহা বাটেৰে
উভটি গলা
ৰৈ গল তোমাৰ বুকুৰ
মৃদু ৰুণজুণ
জানা, যোৱা বাৰ
বহাগতেই তুমি অহাৰ
কথা আছিল,
বহাগ এইবাৰো আহি গল
তুমি হয়তো !
আহৰিকে নাপালা।।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…